The Noble Qur'an Encyclopedia
Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languagesAbundance [Al-Kauther] - Assamese translation
Surah Abundance [Al-Kauther] Ayah 3 Location Maccah Number 108
নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।
নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।