The Noble Qur'an Encyclopedia
Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languagesMuhammad [Muhammad] - Assamese translation - Rafiqul Islam Habibur Rahman. - Ayah 13
Surah Muhammad [Muhammad] Ayah 38 Location Madanah Number 47
وَكَأَيِّن مِّن قَرۡيَةٍ هِيَ أَشَدُّ قُوَّةٗ مِّن قَرۡيَتِكَ ٱلَّتِيٓ أَخۡرَجَتۡكَ أَهۡلَكۡنَٰهُمۡ فَلَا نَاصِرَ لَهُمۡ [١٣]
আৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক বহিষ্কাৰ কৰিছে, সেই জনপদৰ তুলনাত অধিক শক্তিশালী আৰু বহুতো জনপদ আছিল; যিবোৰক আমি ধ্বংস কৰিছোঁ, ফলত সিহঁতৰ কোনো সহায়কাৰী নাছিল।