عربيEnglish

The Noble Qur'an Encyclopedia

Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languages

Muhammad [Muhammad] - Assamese translation - Rafiqul Islam Habibur Rahman. - Ayah 18

Surah Muhammad [Muhammad] Ayah 38 Location Madanah Number 47

فَهَلۡ يَنظُرُونَ إِلَّا ٱلسَّاعَةَ أَن تَأۡتِيَهُم بَغۡتَةٗۖ فَقَدۡ جَآءَ أَشۡرَاطُهَاۚ فَأَنَّىٰ لَهُمۡ إِذَا جَآءَتۡهُمۡ ذِكۡرَىٰهُمۡ [١٨]

এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰক? কিয়ামতৰ লক্ষণসমূহ কিন্তু আহিয়ে পৰিছে! এতেকে কিয়ামত আহিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ!