The Noble Qur'an Encyclopedia
Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languagesMuhammad [Muhammad] - Assamese translation - Rafiqul Islam Habibur Rahman. - Ayah 21
Surah Muhammad [Muhammad] Ayah 38 Location Madanah Number 47
طَاعَةٞ وَقَوۡلٞ مَّعۡرُوفٞۚ فَإِذَا عَزَمَ ٱلۡأَمۡرُ فَلَوۡ صَدَقُواْ ٱللَّهَ لَكَانَ خَيۡرٗا لَّهُمۡ [٢١]
আনুগত্য আৰু ন্যায়সংগত বাক্য; এতেকে চূড়ান্ত সিদ্ধান্ত হোৱাৰ পিছত সিহঁতে যদি আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন, তেন্তে নিশ্চয় সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন।